ৰাজ্যত পুনৰ বৃদ্ধি কোৰোনাৰ সংক্ৰমণ…

- ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্রমণ।
- বুধবাৰৰ দিনটোত ৰাজ্যত ১৯৬জন লোক ক’ভিডত আক্রান্ত।
- কামৰূপ মহানগৰ জিলাত ৭৪জন লোক আক্রান্ত।
- কামৰূপ জিলাত ৩০ জন লোক আক্রান্ত।
- নলবাৰীত বুধবাৰে ৬জন লোক ক’ভিডত আক্রান্ত।
- বুধবাৰৰ দিনটোত ক’ভিড পজিটিভিটী ৰেট ১১.১৫ শতাংশ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/1N58fBY
via IFTTT
Comments
Post a Comment