সৰুপথাৰ আৰক্ষীৰ জালত চুপাৰি সৰবৰাহকাৰী…

- সৰুপথাৰ আৰক্ষীৰ জালত চুপাৰি সৰবৰাহকাৰী।
- আৰক্ষীয়ে আটক কৰিলে মুঠ ৩ জন চুপাৰী সৰবৰাহকাৰীক।
- আটক টনী কুমাৰ, দীপক আৰু নয়ন ঘোষক।
- ইয়াৰে আটকাধীন দীপকৰ ঘৰ মুম্বাইত বুলি জনাইছে আৰক্ষীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DWbBZNG
via IFTTT
Comments
Post a Comment