চতিয়াৰ ইটাখোলাত ড্ৰাগছসহ ২ জনক আটক…

- চতিয়াৰ ইটাখোলাত আৰক্ষীৰ ড্রাগছবিৰোধী অভিযান।
- ড্রাগছসহ আটক দুই অৰুণাচলী জোৱানক।
- দুই জোৱানৰ পৰা জব্দ ১৫টাকৈ ড্রাগছভৰ্তি কণ্টেইনাৰ।
- ধৃত জোৱানদ্বয় হোলাভ নেওগ আৰু কেইমা টালু।
- জোৱানদ্বয়ৰ পৰা জব্দ এখন স্কুটীও।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/F1vXwaB
via IFTTT
Comments
Post a Comment