কাৰ্বি আংলং জিলাৰ লাংহিনত ট্ৰাকৰ খুন্দাত নিহত ৩ বাইক আৰোহী….

- কাৰ্বি আংলং জিলাৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দহচকীয়া ট্রাকৰ খুন্দাত থিতাতে নিহত ৩ যুৱক।
- মৃত যুৱককেইজন ধেণ্টাঘাটৰ নয়ন দে, হৃতিক বসুমতাৰী।
- মৃত আনজন যুৱকৰ নাম ৰাইদাউ বসুমতাৰী।
- এখন বাইকেৰে বিপৰীত দিশৰ পৰা আহিছিল ৩ বাইক আৰোহী।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AYWnSaC
via IFTTT
Comments
Post a Comment