জামুগুৰি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ দ্বাৰ মুকলি…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ আজি দ্বাৰ মুকলি অনুষ্ঠানটি অনুষ্ঠিত হয়। পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত জামুগুৰি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ দ্বাৰ মুকলি কৰে হাতিচোং জিলা পৰিষদৰ সদস্যা সীমা ৰেখা ভৰালীয়ে। অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মংগল উৰুলিৰ মাজৰে ফিটা কাটি দ্বাৰ মুকলি কৰে সীমা ৰেখা ভৰালীয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0XR6NLn
via IFTTT

Comments