দুখন ডাম্পাৰৰ মাজত সংঘৰ্ষ, থিতাতে নিহত বাহন চালক…

ডিজিটেল ডেস্ক: মৰিয়নিৰ ধোদৰ আলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন ডাম্পাৰৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত এখন ডাম্পাৰৰ চালক। নিহত চালকজন চৰাইদেউৰ এঙেৰাৰ পনিকান্ত কোঁৱৰ বুলি জানিব পৰা গৈছে। চেলেংহাটৰ জাঁজী দলঙৰ সমীপত সংঘটিত এই দুৰ্ঘটনা। মৰিয়নিৰ পৰা আমগুৰি অভিমুখী আছিল ডাম্পাৰ দুখন।
আৰু পঢ়ক: ৰাজ্যত পুনৰ বৃদ্ধি কোৰোনাৰ সংক্ৰমণ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JdzFt3e
via IFTTT
Comments
Post a Comment