মাণিকপুৰৰ ঝাউবাৰীত মাছ ধৰাক কেন্দ্ৰ কৰি মাৰপিটঃ এজনৰ মৃত্যু, আন এজন আহত….

  • মাণিকপুৰৰ ঝাউবাৰীত মাৰপিটৰ ঘটনা।
  • মাছ ধৰা জালক কেন্দ্র কৰি দুজনৰ মাজত কাজিয়াৰ সূত্রপাত।
  • আক্রমণ-প্রত্যাক্রমণত এজন নিহত হোৱাৰ লগতে আন এজন আহত।
  • নিহত লোকজনৰ নাম দেৱব্রত পাটগিৰি।
  • গুৰুতৰভাৱে আহত মনোৰঞ্জন ৰায় নামৰ লোকজন।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • মাছ ধৰাক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাকৈ অঞ্চলজুৰি চাঞ্চল্য।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/sjVhRmM
via IFTTT

Comments