গোলাঘাটত ব্ৰজপাতত মৃত্যু এজনৰ…

  • গোলাঘাটত ব্ৰজপাতত এজনৰ মৃত্য।
  • মৰঙী মৌজাৰ কৌৱানী পথাৰত সংঘটিত এই অঘটন।
  • মৃত যুৱকজন ঋতু বাগ বুলি চিনাক্ত।
  • ঋতু বাগৰ ঘৰ মেৰাপানী ৰতনপুৰত।
  • পথাৰত কাম কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cm0DJfj
via IFTTT

Comments