বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মিভূত মিঠাইৰ কাৰখানাৰ সৈতে এটা ঘৰ…

- মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
- লতাকাটাৰ এটা মিঠাইৰ কাৰখানাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- চিলিণ্ডাৰ লিকেজৰ বাবে অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।
- মিঠাইৰ কাৰখানাটোৰ লগতে সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আন এটা বাসগৃহ।
- লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত।
- দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HYdRJQ7
via IFTTT
Comments
Post a Comment