আমিনগাঁৱৰ পানীপাৰাত পথ দুৰ্ঘটনা, দ-খাৱৈত পৰিল তীব্রবেগী বাহন…

- আমিনগাঁৱৰ পানীপাৰাত পথ দুৰ্ঘটনা
- নিয়ন্ত্রণ হেৰুৱাই দ-খাৱৈত পৰিল তীব্রবেগী বাহন
- গুৱাহাটী-হাজো পথত সংঘটিত এই দুৰ্ঘটনা
- গুৱাহাটী অভিমুখী আছিল AS-01-DQ-8676 নম্বৰৰ অল্ট’খন
- সংকটজনক অৱস্থাত দুই আৰোহীক চিকিৎসালয়লৈ প্রেৰণ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DQu9J7W
via IFTTT
Comments
Post a Comment