বান কমিছে বাঢ়িছে সৰ্প আতংকঃ ননৈত পুনৰ সৰ্প দংশনত মৃত্যু মহিলাৰ…

- ননৈত সৰ্প আতংক।
- বানৰ সমানে আতংকৰ সৃষ্টি কৰিছে সাপে।
- বান বিধস্ত এলেকাত সাপৰ মুক্ত বিচৰন।
- ননৈত সাপৰ দংশনত মৃত্যুক সাৱতিলে এগৰাকী মহিলাই।
- ননৈৰ গোমোঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
- সৰ্প দংশনত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হৈছে ইলা বৰা।
- ইতিপূৰ্বে ৰনথলি আৰু ৰাঙলুত দুজনকৈ লোকৰ সৰ্প দশনত মৃত্যু ঘটিছে।
- তুলসীমূখটো এগৰাকী মহিলা সাপে দংশন কৰা বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/R7x8yZC
via IFTTT
Comments
Post a Comment