দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা মহিলাক পুনৰ আটক…

  • দিছপুৰ আৰক্ষীয়ে পুনৰ আটক কৰিলে মাকন কাকতিক।
  • দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আচামী মহিলাগৰাকীয়ে।
  • স্বাস্থ্য পৰীক্ষাৰ সময়ত পলায়ন কৰিছিল মহিলাগৰাকীয়ে।
  • নিশা গড়চুক আৰক্ষীয়ে আটক কৰে মহিলা আচামী মাকন কাকতিক।
  • যোৱা ১জুলাইত মাকন কাকতিক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে।
  • মাৰপিটৰ ঘটনাৰ লগত জড়িত আছিল তেওঁ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/iGDY71f
via IFTTT

Comments