টীয়কত জাপানীজ এনকেফেলাইটিছত মৃত্যু শিশুৰ…

  • টীয়কত জাপানীজ এনকেফেলাইটিছ ৰোগত শিশুৰ মৃত্যুৰ সন্দেহ।
  • ভগামুখ প্রাথমিক স্বাস্থ্য কেন্দ্রত মৃত্যু ৫ বছৰীয়া এটি কন্যাৰ।
  • একেটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যা সন্তান আক্রান্ত হৈছিল জ্বৰত।
  • নিশাই লৈ অহা হৈছিল ভগামুখ প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ।
  • আন দুগৰাকী কন্যাক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্রেৰণ।
  • চিন্তমণিগড়ৰ নাওবৈচা খাটোৱাল গাঁৱত ঘৰ পৰিয়ালটোৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/U2lqmjH
via IFTTT

Comments