ৰাজস্থানত এটা মাহৰ ভিতৰত ছোৱাইন ফ্লু’ত নিহতৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি

  • ৰাজস্থানত এটা মাহৰ ভিতৰত ছোৱাইন ফ্লু’ত নিহতৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি।
  • ইফালে এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২১২৩ জনলৈ।
  • বৃহস্পতিবাৰে পুনৰ ছোৱাইন ফ্লু’ত আক্ৰান্ত হয় নিহত হয় ৩ জন।
  • একে দিনাই ৭৮ জনৰ তেজত পোৱা গৈছে এই ভাইৰাছ।
  • ছোৱাইন ফ্লু’ৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে ৰাজস্থানৰ স্বাস্থ্য বিভাগ।
  • বাতিল কৰা হৈছে সকলো চৰকাৰী চিকিৎসক-কৰ্মচাৰীৰ ছুটিৰ আবেদন।
  • ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ নিহতৰ সংখ্যা সৰ্বাধিক বুলি বুলি সদৰী স্বাস্থ্য বিভাগৰ।

The post ৰাজস্থানত এটা মাহৰ ভিতৰত ছোৱাইন ফ্লু’ত নিহতৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ShBAVU
via IFTTT

Comments