মৰিগাঁৱৰ শংকৰদেৱ সংঘৰ অধিবেশনলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

  • মৰিগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ৯ ফেব্ৰুৱাৰীত অধিৱেশনত ভাগ লব মোডীয়ে।
  • একেদিনাই মোডীয়ে শুভাৰম্ভ কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱেৰ।
  • উল্লেখ্য যে, বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে মোডীক অধিবেশনলৈ নাহিবলৈ আহ্বান জনাইছিল সংঘৰ কৰ্মকতা।

 

The post মৰিগাঁৱৰ শংকৰদেৱ সংঘৰ অধিবেশনলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WxU04b
via IFTTT

Comments