মৰিয়নীত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

- মৰিয়নীত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।
- পুখুৰীয়া সেনা ছাউনীৰ সমীপৰ হাবিৰ মাজত উদ্ধাৰ হাতীটোৰ মৃতদেহ।
- কিছুদিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
- হাতীটোৰ শুৰৰ এটা অংশ কাটি নিয়ে দুৰ্বৃত্তই।
- দুটা হাতীৰ মাজত হোৱা সংঘাতৰ ফলতে হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে।
The post মৰিয়নীত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WwDz7U
via IFTTT
Comments
Post a Comment