বাজেট অধিবেশনৰ বাবে সংসদ অভিমুখে ৰাওনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, VIDEO

  • আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ইতিমধ্যে ৰাওনা হৈছে সংসদ অভিমুখে।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভাষণ প্ৰদান কৰিব অভিবেশনৰ দুয়ো সদনৰ সংযুক্ত বৈঠকত।

The post বাজেট অধিবেশনৰ বাবে সংসদ অভিমুখে ৰাওনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DLkaZG
via IFTTT

Comments