ৰাহুল গান্ধীৰ নিৰ্দেশত হঠাৎ কিয় দিল্লীলৈ তৰুণ গগৈ…

- ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন হোৱাৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দিল্লীলৈ তলব।
- ৰাহুল গান্ধীয়ে জৰুৰীভাৱে মাতি পঠিয়ালে গগৈক।
- বুধবাৰেই দিল্লীলৈ ৰাওনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
- ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে ৰিপুণ বৰাই।
- লগত আছে দেৱব্ৰত শইকীয়াসহ ৩০জনীয়া দল।
The post ৰাহুল গান্ধীৰ নিৰ্দেশত হঠাৎ কিয় দিল্লীলৈ তৰুণ গগৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G8UCHs
via IFTTT
Comments
Post a Comment