নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নাজিৰাত কংগ্ৰেছৰ মানৱ শৃংখল

- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত নাজিৰাত কংগ্ৰেছৰ মানৱ শৃংখল।
- নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছৰ সদস্যসকলে নাজিৰা চাৰিআলিত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী
- কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়াৰ লগতে বহুতো স্থানীয় লোকে।
The post নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নাজিৰাত কংগ্ৰেছৰ মানৱ শৃংখল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Se0INb
via IFTTT
Comments
Post a Comment