বিধেয়কবিৰোধী স্থিতিৰ বাবেই অসম সাহিত্য সভাক চৰকাৰে দিয়া নাই বছৰি আগবঢ়োৱা ধন!

 

  • ‘জাতীয় জীৱনৰ বাবে সাহিত্য সভাক টকা দিবই লাগিব।’
  • ব্যক্তিগত বিশ্ববিদ্যালয়ক সকীয়নি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।
  • ‘বিশ্ববিদ্যালয়কেইখনে অসমীয়া ভাষা নিষিদ্ধ কৰিছে, এই কথা মানি লোৱা নহ’ব।’
  • ভাষা হত্যা কৰাৰ ষড়যন্ত্ৰ মানি নলওঁ বুলি মন্তব্য ৰাজবংশীৰ।
  • ‘আৰ্থিক সংকটত ভুগিছে সাহিত্য সভা।চৰকাৰে দিয়া নাই বছৰি আগবঢ়োৱা ৬০ লাখ টকা।’
  • ‘২০১৮ বৰ্ষৰ ৬০ লাখ টকা লাভ কৰা নাই সভাই।’
  • ‘৭ মাহে দৰমহা দিব পৰা নাই সাহিত্য সভাৰ কৰ্মচাৰীক।’
  • ‘আৰ্থিক সংকটত ৰহা অধিৱেশনৰ আদৰণি সমিতিও।’
  • বিধেয়কবিৰোধী স্থিতিৰ বাবে চৰকাৰে ধন দিয়া নাই বুলি ভাবিবলৈ আমাক যেন বাধ্য নকৰে বুলিও মন্তব্য সাহিত্য সভাৰ সভাপতিগৰাকীৰ।

The post বিধেয়কবিৰোধী স্থিতিৰ বাবেই অসম সাহিত্য সভাক চৰকাৰে দিয়া নাই বছৰি আগবঢ়োৱা ধন! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sl0pAw
via IFTTT

Comments