ডুমডুমাত আৰক্ষী চকীৰ ভিতৰত কনিষ্টবলৰ আত্মহত্যা

  • ডুমডুমাৰ তালাপ আৰক্ষী চকীত আৰক্ষী কনিষ্টবলৰ আত্মহত্যা৷
  • আত্মহত্যাৰ পথ বাচি লোৱা আৰক্ষী কনিষ্টবলজনৰ নাম দীপক দাস।
  • মৃত কনিষ্টবলজনৰ ঘৰ শদিয়াৰ লাফাংকলা গাঁৱত।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।

The post ডুমডুমাত আৰক্ষী চকীৰ ভিতৰত কনিষ্টবলৰ আত্মহত্যা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2FZc9Ts
via IFTTT

Comments