বিহালীত শিশুৰ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা ঘটনাৰ বিৰুদ্ধে হাতে হাতে প্লে’-কাৰ্ড লৈ শিশুৰ প্ৰতিবাদ

  • মুখ্যমন্ত্ৰীৰ সভালৈ নিয়া শিশুৰ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা ঘটনাৰ বিৰুদ্ধে বিহালীত শিশুৰ প্ৰতিবাদ।
  • বিহালীৰ বৰগাঙৰ শিশুৰ প্ৰতিবাদ।
  • হাতে হাতে প্লে’-কাৰ্ড লৈ শিশু নিৰ্যাতনৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত।
  • সদৌ ভাৰত ছাত্ৰ সন্থা চমুকৈ আইছাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।

The post বিহালীত শিশুৰ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা ঘটনাৰ বিৰুদ্ধে হাতে হাতে প্লে’-কাৰ্ড লৈ শিশুৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SgYtJ4
via IFTTT

Comments