গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে সেনা প্ৰধান বিপিন ৰাৱটে

  • বৃহস্পতিবাৰে গোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সেনা প্ৰধান বিপিন ৰাৱটে।
  • মুখ্যমন্ত্ৰীগৰাকী দীৰ্ঘসময়ৰ পৰা অসুস্থ হৈ আছে।
  • মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ স্বাস্থ্যৰ খবৰ ল’বলৈ সাক্ষাৎ কৰিছিল সেনা প্ৰধান গৰাকীয়ে।
  • সেনা প্ৰধান ৰাৱটে কয়- ‘মই তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ আহিছিলো।’

The post গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে সেনা প্ৰধান বিপিন ৰাৱটে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BbTTCa
via IFTTT

Comments