শিৱসাগৰত জাতিক অপমান কৰা অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে আক্ৰাছুৰ এজাহাৰ দাখিল

  • শিৱসাগৰত অসমীয়া-অনা অসমীয়াৰ সংঘাত।
  • জাতিক অপমান কৰাৰ অভিযোগ আশাৰাম বাগৰী নামৰ এজন অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে।
  • ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আক্ৰাছুৰ সদস্যই।
  • অনা অসমীয়া ব্যৱসায়ীজনে অসমীয়াক অপমান কৰাৰ লগতে আক্ৰাছুৰ বিষয়ববীয়াক হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ।
  • বৰঙণি বিচাৰি যাওতেই ব্যৱসায়ীজনে কৰিছিল অপমান।
  • ইয়াৰ পিছতে পৰিস্থিতিয়ে ভয়াবহ ৰূপ লয়।
  • ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল।

The post শিৱসাগৰত জাতিক অপমান কৰা অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে আক্ৰাছুৰ এজাহাৰ দাখিল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HS6lNp
via IFTTT

Comments