যোৰহাটৰ মৰিয়নীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পথ অৱৰোধ

- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত।
- যোৰহাটৰ মৰিয়নীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত পথ অৱৰোধ।
- সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে কৰিলে এই পথ অৱৰোধ।
- মৰিয়নী-যোৰহাট সংযোগী পথ অৱৰোধ কৰে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে।
- অৱৰোধৰ ফলত শতাধিক যান বাহন আবদ্ধ।
The post যোৰহাটৰ মৰিয়নীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পথ অৱৰোধ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MJSwPF
via IFTTT
Comments
Post a Comment