নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত।
- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
- দৰিকা দলঙৰ সমীপত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।
- প্ৰতিবাদত অংশগ্ৰহণ শতাধিক নেতা-কৰ্মীৰ।
The post নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sUJEh0
via IFTTT
Comments
Post a Comment