বনভোজ খাবলৈ গৈ দিহিং নৈত একেলগে ৩গৰাকী ছাত্ৰীৰ সলিলসমাধি

  • মাৰ্ঘেৰিটাত দিহিং নৈত একেলগে ৩গৰাকী ছাত্ৰীৰ সলিলসমাধি।
  • বনভোজ খাবলৈ গৈছিল কেইবাগৰাকী ছাত্ৰীৰ দল।
  • নৈৰ পাৰত ছেল্‍‍ফী তুলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
  • মুঠ চাৰিগৰাকী ছাত্ৰী একেলগে পৰে দিহিং নৈত।
  • ইয়াৰে ৩গৰাকী ছাত্ৰী উদ্ধাৰ হ’ল মৃত অৱস্থাত।
  • ৰাইজৰ সহযোগত প্ৰশাসনে উদ্ধাৰ কৰে মৃতদেহকেইটা।
  • আনগৰাকী ছাত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।
  • মৃত ছাত্ৰীকেইগৰাকী এলিনা লামা, থুকো চেতিয়া আৰু হেমা সোণাৰ।

The post বনভোজ খাবলৈ গৈ দিহিং নৈত একেলগে ৩গৰাকী ছাত্ৰীৰ সলিলসমাধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CUat9M
via IFTTT

Comments