আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন

  • বৃহস্পতিবাৰ অর্থাৎ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিভাষণ প্ৰদান কৰিব অধিৱেশনৰ প্ৰথম দিনা দুয়ো সদনৰ সংযুক্ত বৈঠকত।
  • বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন বাজেট।
  • ১৩ ফেব্ৰুৱাৰীত অন্ত পৰিব সংসদৰ বাজেট অধিৱেশন।

The post আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sY2XWF
via IFTTT

Comments