জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ

- জম্মু-কাশ্মীৰৰ অনন্তনাগৰ শেৰবাগ আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ।
- এই ঘটনাত আহত হৈছে চাৰি জন সাধাৰণ নাগৰিক।
- ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন চি আৰ পি এফৰ জোৱান।
- ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।
- কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা আৰক্ষীৰো ।
The post জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MGpHn5
via IFTTT
Comments
Post a Comment