দিছপুৰ লাষ্টগে’টত সদৌ অসম মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ প্ৰতিবাদ

- দিছপুৰ লাষ্টগে’টত সদৌ অসম মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ প্ৰতিবাদ।
- ৰান্ধনীসকলক প্ৰতিমাহে ৫ হাজাৰ টকা মাননি দিয়াৰ দাবী।
- চৰকাৰী আঁচনি বেচৰকাৰীকৰণ, মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক দিয়াৰ বিৰোধিতা।
- একেদৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থায়ো নিজ নিজ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
The post দিছপুৰ লাষ্টগে’টত সদৌ অসম মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Si9FVO
via IFTTT
Comments
Post a Comment