ঢকুৱাখনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

  • ঢকুৱাখনাত প্ৰতিবাদৰ সন্মুখীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন আছুৰ।

  • মে-ডাম-মে-ফিৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল মুখ্যমন্ত্ৰী সোণোৱাল।
  • হেলিকপ্টাৰেৰে অৱতৰণৰ পিছতে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ আছুৰ।
  • নিৰাপত্তাৰক্ষী আৰু আছু সদস্যৰ মাজত হতাহতি।

  • প্ৰতিবাদত অংশগ্ৰহণ শতাধিক আছুকৰ্মীৰ।
  • চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল ঢকুৱাখনাৰ ৰাজপথ।

The post ঢকুৱাখনাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন আছুৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G0HTHU
via IFTTT

Comments