দিল্লীত ছুৱাই ফ্লুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

  • দিল্লীত বৃদ্ধি পালে ছুৱাই ফ্লুত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ।
  • বৰ্তমানলৈ ১০জন লোকে মৃত্যুক সাৱটিছে ছুৱাই ফ্লুত আক্ৰান্ত হৈ।
  • আৰ এম এল হাস্পতালত মৃত্যু হয় লোক কেইজনৰ।
  • ইফালে, ২২জনকৈ লোক আক্ৰান্ত হৈছে এই ৰোগত।

The post দিল্লীত ছুৱাই ফ্লুত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Gew8fV
via IFTTT

Comments