শিৱসাগৰত তেলৰ টেংকাৰ-ট্ৰাকৰ সংঘৰ্ষ, আহত ২ চালক

- শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তেলৰ টেংকাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।
- ডিমৌ চাৰিআলিত নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰ চালকদ্বয়।
- আহত চালক দুজন ক্ৰমে- ৰোহিত দাস আৰু ৰকেট বৰুৱা।
- আহতদ্বয়ক সংকটজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
The post শিৱসাগৰত তেলৰ টেংকাৰ-ট্ৰাকৰ সংঘৰ্ষ, আহত ২ চালক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UsmfiH
via IFTTT
Comments
Post a Comment