গ্ৰেপ্তাৰ হ’ব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস!

- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখপাত্ৰ ৰূপম গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল।
- এজাহাৰ দাখিল কৰিলে নলবাৰী জিলা কংগ্ৰেছে।
- আছু আৰু বিজেপি কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ঘটনাত কেইবাজনো কংগ্ৰেছ কৰ্মীক জড়িত কৰাৰ অভিযোগত নলবাৰী সদৰ থানাত দাখিল কৰিলে এজাহাৰ।
- শীঘ্ৰেই উচিত তদন্তৰ দাবী কৰিলে নলবাৰী জিলা কংগ্ৰেছে।
The post গ্ৰেপ্তাৰ হ’ব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DHl49N
via IFTTT
Comments
Post a Comment