তিনিচুকীয়াত বিজেপি নেতাক কৰা আক্ৰমণ গণতন্ত্ৰক ভৰিৰে মোহৰাৰ প্ৰমাণঃ ৰঞ্জিত দাস

  • তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ স্বাস্থ্যৰ বুজ ল’লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
  • বৃহস্পতিবাৰে চিকিৎসালয়ত উপস্থিত হৈ বিজেপি নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰে ৰঞ্জিত দাসে।
  • একাংশ লোকে অসমখন অশান্ত কৰি তুলিব বুলিছে বুলি ফেচবুক পোষ্টৰ জৰিয়তে দাসৰ মন্তব্য।
  • গণতন্ত্ৰক ভৰিৰে মোহাৰি পেলোৱাৰ এয়া প্ৰমাণ বুলি মন্তব্য তেওঁৰ।
  • ‘জাতিৰ স্বাৰ্থত একাংশ লোকে এগৰাকী খিলঞ্জীয়া অমায়িক ভদ্ৰলোকক আক্ৰমণ কৰিছে।’
  • আনৰ কথাত প্ৰৰোচিত নহৈ শান্তিৰ বাতাৱৰণ সৃষ্টিৰ বাবে অসমবাসীক আহ্বান ৰঞ্জিত দাসৰ।

The post তিনিচুকীয়াত বিজেপি নেতাক কৰা আক্ৰমণ গণতন্ত্ৰক ভৰিৰে মোহৰাৰ প্ৰমাণঃ ৰঞ্জিত দাস appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sjdnyv
via IFTTT

Comments