দিল্লীৰ ৰাজনাথ সিঙৰ বাসগৃহৰ সমীপত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ আকবৰ ৰোডত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
- অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাশতাধিক সদস্যৰ প্ৰতিবাদত কঁপি উঠিল আকবৰ ৰোড।
- কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰাজনাথ সিঙৰ বাসগহলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল যুৱ কংগ্ৰেছৰ সদস্যসকলে।
- আধাবাটতেই প্ৰতিবাদ কাৰীক বাধা প্ৰদান কৰে দিল্লী আৰক্ষীয়ে।
- ছোনিয়া গান্ধীৰ বাসভৱনৰ সন্মুখত সৰ্বাত্মক হয় প্ৰতিবাদী কাৰ্যসূচী।
- প্ৰতিবাদকাৰীৰ সৈতে পুলিচৰ হতাহতিৰ সৃষ্টি হয়।
- অৱশেষত দিল্লী আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক।
The post দিল্লীৰ ৰাজনাথ সিঙৰ বাসগৃহৰ সমীপত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SkmvCY
via IFTTT
Comments
Post a Comment