আজি সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যাব অগপৰ প্ৰতিনিধি দল

- আজি সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যাব অগপৰ প্ৰতিনিধি দল৷
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাৎ কৰিব বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বক৷
- প্ৰতিনিধি দলটোত আছে কেশৱ মহন্ত, প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, ফণীভুষণ চৌধুৰী।
- লগতে আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলা কলিতা, প্ৰদীপ হাজৰিকা, উৎপল দত্তকে ধৰি কেইবাজনো নেতা।
The post আজি সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যাব অগপৰ প্ৰতিনিধি দল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2S0XWeQ
via IFTTT
Comments
Post a Comment