আজি মহানগৰীত অনুষ্ঠিত মে-দাম-মেফি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

- আজি মে–দাম–মেফি।
- টাই আহোমসকলে পূৰ্বপুৰুষক শ্ৰদ্ধা-ভক্তিৰে স্মৰণ কৰিব আজি।
- পৰম্পৰাগত প্ৰথাৰে পূজা–অৰ্চনা আগবঢ়াই সমাজ তথা দেশৰ মংগলৰ হকে প্ৰাৰ্থনা জনাব টাই আহোমসকলে।
- ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান মে–দাম–মেফিৰ ব্যাপক আয়োজন।
- মহানগৰীৰ নটবমাৰ ৰেনচেং প্ৰাংগণত আয়োজিত হৈছে মে-দাম-মেফি।
- এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
The post আজি মহানগৰীত অনুষ্ঠিত মে-দাম-মেফি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CUYyIL
via IFTTT
Comments
Post a Comment