বাজেট অধিবেশনত সকলো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ সংসদৰ বাজেট অধিবেশনক লৈ আগ্ৰহী প্রধানমন্ত্ৰী মোডী। বাজেট অধিবেশন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘আজি সমগ্ৰ দেশবাসীয়ে সংসদৰ কাৰ্য প্ৰক্ৰিয়া পৰিলক্ষিত কৰি আছে। সংসদৰ এই অধিবেশনত সকলো সাংসদে অৰ্থপূৰ্ণ আলোচনা কৰাটো উচিত। আমি সকলো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ আগ্ৰহী হৈ আছো।’
The post বাজেট অধিবেশনত সকলো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2SfCoKP
via IFTTT
Comments
Post a Comment