শিৱসাগৰৰ আমগুৰিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু

- শিৱসাগৰৰ আমগুৰিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খুঁটাত স্কুটীৰ খুন্দা।
- দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত স্কুটী চালকজন।
- আমগুৰিৰ হালুৱাটিং পথত সংঘটিত হৈছে এই ঘটনা।
- নিহত স্কুটী চালকজন বৰভেটি গাঁৱৰ প্ৰমোদ বৰা।
The post শিৱসাগৰৰ আমগুৰিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WvUis1
via IFTTT
Comments
Post a Comment