তিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত ৩ আছুৰ সদস্যক আটক

  • তিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত ৩জনক আটক কৰে আৰক্ষীয়ে।
  • আছুৰ নেতাসহ ৩জনক আটক আৰক্ষীৰ।
  • ধৃত ৰাণা গোহাঁই, ৰিতুপণ দহোটিয়া আৰু দীপাংকৰ গোহাঁই।
  • ৰাণা গোহাঁই আছুৰ সাংগঠনিক সম্পাদক আৰু ৰিতুপণ, দীপাংকৰ আছুৰ সদস্য।

The post তিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত ৩ আছুৰ সদস্যক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sRLqQ6
via IFTTT

Comments