নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত।
- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ।
- কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাইলাকান্দিৰ ৰাজপথত উলিয়ালে প্ৰতিবাদী সমদল।
- প্ৰতিবাদী সমদলত শতাধিক লোকৰ অংশগ্ৰহণ।
The post নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GbJB8g
via IFTTT
Comments
Post a Comment