নকছাৰী ষ্টেচনৰ সমীপত ৰে’লপথ অৱৰোধেৰে প্ৰতিবাদ

  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ।
  • বিধেয়কখনৰ বিৰুদ্ধে নকছাৰী ষ্টেচনৰ সমীপত ৰে’লপথ অৱৰোধ কাৰ্যসূচী।
  • কেইবাটাও সংগঠন আৰু ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • প্ৰতিবাদকাৰীয়ে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে লামডিং-তিনিচুকীয়া ৰে’ল।

The post নকছাৰী ষ্টেচনৰ সমীপত ৰে’লপথ অৱৰোধেৰে প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BbfMS2
via IFTTT

Comments