ছুৱাইন ফ্লুৰ আতংক! আৰ এম এল হাস্পতালত ৮জনৰ মৃত্যু…

  • দিল্লীত মঙলবাৰে মৃত্যু ৮জনৰ।
  • ছুৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া লোক কেইজনে।
  • ইফালে, ১৫জনকৈ লোক আক্ৰান্ত হৈছে ছুৱাইন ফ্লুত।
  • দিল্লীৰ আৰ এম এল হাস্পতালত মৃত্যু হয় লোক কেইজনৰ।

The post ছুৱাইন ফ্লুৰ আতংক! আৰ এম এল হাস্পতালত ৮জনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2FYKCBz
via IFTTT

Comments