মহানগৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

  • মহানগৰীত মৃত নৱজাতক উদ্ধাৰ।
  • নেহৰু ষ্টেডিয়ামৰ সমীপত উদ্ধাৰ মৃত নৱজাতকটি।
  • ইছলামপুৰ ৰোডৰ এটা জাৱৰৰ দ’মত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ।
  • স্থানীয় ৰাইজে পুৱা মৃত নৱজাতকটি প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

The post মহানগৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MFoKf3
via IFTTT

Comments