অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত টিডিপি সাংসদৰ প্ৰতিবাদ

- বৃহস্পতিবাৰে দিল্লীত তেলেগু দেশম পাৰ্টী (টিডিপি)ৰ সাংসদৰ প্ৰতিবাদ।
- সংসদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সাব্যস্ত প্ৰতিবাদী কাৰ্যসূচী।
- অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত এই প্ৰতিবাদ।
- উল্লেখ্য যে, আজি পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন।
- বাজেট অধিবেশনৰ প্ৰথম দিনটোতেই দিল্লীত এনেদৰে হাতে হাতে প্লে’কাৰ্ড লৈ টিডিপি সাংসদৰ প্ৰতিবাদ।
The post অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত টিডিপি সাংসদৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HI45YG
via IFTTT
Comments
Post a Comment