দিল্লীত যুৱকৰ মৃতদেহ উদ্ধাৰ, ঠাণ্ডাৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ…

- দিল্লীত বৃহস্পতিবাৰে মৃতদেহ উদ্ধাৰ।
- ৰাজ্যখনৰ গীতা কলনীত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ।
- ঠাণ্ডাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ।
- মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰে আৰক্ষীয়ে।
The post দিল্লীত যুৱকৰ মৃতদেহ উদ্ধাৰ, ঠাণ্ডাৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sV47SU
via IFTTT
Comments
Post a Comment