বৃহস্পতিবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য বাঢ়িল নে কমিল…

  • হ্ৰাস পালে পেট্ৰ’ল- ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ১১ পইচাকৈ হ্ৰাস।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ৯ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭০.৫৮ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.২৫ টকা।

The post বৃহস্পতিবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য বাঢ়িল নে কমিল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GaHW34
via IFTTT

Comments