চৰাইদেউৰ বৰহাটত আৰক্ষীৰ জালত আলফা(স্বাঃ)ৰ লিংকমেন

- চৰাইদেউৰ বৰহাটত আৰক্ষীৰ জালত আলফা(স্বাঃ)ৰ লিংকমেন।
- ধৃত সাপেখাতীৰ মৃদংপাৰা গাঁৱৰ বিতুল লিকচন।
- সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক লিংকমেনজন।
- লিকচনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪ডাল ডিটনেটৰ, বিস্ফোৰক আৰু ৩টা মোবাইল ফোন।
- টিমনহাবি বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ।
- কেডাৰ অপূৰ্ব গগৈ ওৰফে আৰোহণৰ সৈতে যোগাযোগ ৰখাৰ সন্দেহ।
The post চৰাইদেউৰ বৰহাটত আৰক্ষীৰ জালত আলফা(স্বাঃ)ৰ লিংকমেন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BbPWxn
via IFTTT
Comments
Post a Comment