তিনিচুকীয়া কাণ্ডক লৈ জাতীয় দল-সংগঠনক হুংকাৰ বিজেপি সভাপতি ৰঞ্জিত দাসৰ

- তিনিচুকীয়া জিলা বিজেপিৰ সভাপতিক আক্ৰমণ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপি সভাপতি ৰঞ্জিত দাসৰ।
- সংবাদমেল পাতি হুংকাৰ বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ।
- ‘বিজেপিৰ লাখ লাখ কৰ্মকৰ্তা ওলাই আহিলে সেইবোৰ দল-সংগঠনে ৰক্ষা নাপাব।’
- ২৯ লাখ কৰ্মকৰ্তাক ওলাই আহিবলৈ আহ্বান জনাব বুলিও সংবাদমেলত কয় ৰঞ্জিত দাসে।
- ‘ক’লা পতাকা লৈ, উলংগ হৈ প্ৰতিবাদ কৰে কৰক তাত আমাৰ ক’বলগীয়া নাই।’– মন্তব্য দাসৰ।
The post তিনিচুকীয়া কাণ্ডক লৈ জাতীয় দল-সংগঠনক হুংকাৰ বিজেপি সভাপতি ৰঞ্জিত দাসৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Uug4e5
via IFTTT
Comments
Post a Comment